![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিমাতীৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ পাছত আজিৰে পৰা যোৰহাট- মাজুলী মাজত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অত্যাধুনিক ৰ’-পেক্স ফেৰী সেৱা শনিবাৰ পৰা আৰম্ভ। জল পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰে এই কথা।
উল্লেখ যে দীৰ্ঘদিনে বন্ধ হৈ আছিল ৰ’-পেক্স সেৱা। যাৰ ফলত মাজুলীৰবাসীয়ে এক ইঞ্জিনযুক্ত নাওঁত বিপদ সংকোল যাত্ৰা কৰিব লগা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বন্ধ হৈ থকা ৰ’-পেক্স সেৱা পুনৰ আৰম্ভ কৰিছে জল পৰিবহণ বিভাগে।













