![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মহানগৰীৰ জু-ৰোডস্থিত গুৱাহাটীৰ চেণ্ট্ৰেল মলৰ সন্মুখত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ অভিযোগনাম দাখিল । ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থাৰ, নিয়াই ২০১৯ চনৰ ২৯ জুনত সংঘটিত বিস্ফোৰণৰ চার্জছিট দাখিল কৰে আদালতত। চানমাৰি নিয়াৰ বিশেষ আদালতত ৬ জন আলফা(স্বা) সদস্য বিৰুদ্ধে চার্জছিট দাখিল কৰিছে। নিয়াই অভিযোগনামাত পাপু কোঁচ বকলিয়া, অমৃত বল্লভ গোস্বামী, অৰুণোদয় দহোটিয়া, বিজিত গগৈ, মুন্না বৰুৱা, পৰেশ বৰুৱাৰ নাম আছে।

উল্লেখ যে সন্ধিয়া ভাগত সংঘটিত গ্ৰেণেড বিস্ফোৰণটোত ১২জনকৈ লোক আহত হৈছিল।













