![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কোকৰাঝাৰ এনকাউণ্টাৰৰ তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। নামনি অসমৰ আয়ুক্ত জয়ন্ত নালাকাৰক দায়িত্ব অৰ্পণ তদন্তৰ। নির্দেশনা অনুসৰি ১৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব তদন্তৰ প্ৰতিবেদন।
উল্লেখ্য যে ইউএলবিৰ সন্দেহত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন ২ এনডিএফবিৰ সদস্য জংচাৰ ব্ৰহ্ম আৰু জনক বড়োক আৰক্ষীয়ে জিম্মাৰ পৰা পলায়ন কৰা বুলি এনকাউণ্টাৰ কৰি হত্যা কৰিছিল।













