![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
হোজাইৰ ডবকাত অসম আৰক্ষীৰ গুলীচালনা।৫৬ হাজাৰ টকা চুৰি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালা।আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা।আহত আকাশৰ ঘৰ পশ্চিমবংগৰ নিউ জলপাইগুৰিত।
বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আকাশক।আকাশ যাদৱৰ পৰা উদ্ধাৰ কৰা হৈছে নগদ ৫৬হাজাৰ টকা।













