ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গৰুখুঁটিত উত্তপ্ত পৰিস্থিতি দুই প্ৰতিবাদকাৰী আৰক্ষী গুলিত নিহত

News Desk by News Desk
September 23, 2021
Reading Time: 1 min read
A A
0
গৰুখুঁটিত উত্তপ্ত পৰিস্থিতি দুই প্ৰতিবাদকাৰী আৰক্ষী গুলিত নিহত

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ছিপাঝাৰৰ গৰুখুঁটিত উত্তপ্ত ভয়ংকৰ পৰিস্থিতি। উচ্ছেদিত ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘাত। দ্বিতীয় দিনা উচ্ছেদৰ সময়ত হাজাৰ হাজাৰ ৰাইজ ওলাই আহে প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলিচালনা। আৰক্ষীৰ গুলিত নিহত ২জন প্ৰতিবাদকাৰী। ছাদ্দাম হুছেইন আৰু শ্বেখ ফৰিদ নামৰ দুজন প্ৰতিবাদকাৰী আৰক্ষী গুলিত নিহত বুলি খবৰ আহিছে।

উল্লেখ্য যে উচ্ছেদিত ৰাইজে হাত হাত লাঠী-জোং লৈ আৰক্ষীৰে মুখামুখী হয়। প্ৰতিবাদতকাৰীৰ আক্ৰমণত আহত হৈছে প্ৰায় ৯গৰাকীকৈ আৰক্ষীৰ। পৰিস্থিতিৰ নিয়ন্ত্ৰণ বাবে শূন্যলৈ গুলিচালনা। আহত হৈছে আৰক্ষী বিষয়া মনি আহমেদ। দৰং আৰক্ষী অধীক্ষক উপস্থিত ঘটনাস্থলীত।

ইফালে প্ৰতিবাদকাৰীয়ে বিজেপি গৌ’ বেক, অসম পুলিচ গৌ’ বেক ধ্বনিত উত্তাল সমগ্ৰৰ পৰিৱেশ। গুৰুত্বপূৰ্ণ উচ্ছেদৰ আজি দ্বিতীয় দিন। শুকুৰবাৰেও চলিব উচ্ছেদ।

Tags: Featured
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ADVERTISEMENT
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Assam Times Post is an Online Assamese and English News Portal from Assam.

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT