ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফু ৰংথিয়াংস্থিত ইস্কন মন্দিৰ : ভক্তক চাকৰিৰ প্ৰলোভন দি ধন সংগ্ৰহকাৰী গ্ৰেপ্তাৰ

News Desk by News Desk
September 25, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : এইবাৰ কোনো সাধাৰণ লোক নহয় ভগৱান শ্ৰীকৃষ্ণৰ ভক্তসকলৰ পৰা অসৎ উপায়েৰে ধন সংগ্ৰহ কৰিবলৈ তৎপৰ হৈ পৰিছে একাংশ প্ৰতাৰক ৷ যোৱা শুকুৰবাৰে ডিফু ৰংথিয়াংস্থিত ইস্কন মন্দিৰৰ একাংশ দৰিদ্ৰ ভক্তৰ পৰা চাকৰি দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰা ধনৰ অভিযোগত এটা প্ৰতাৰক ৰঙা ঘৰৰ আলহী হোৱা ঘটনা পোহৰলৈ আহিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি যোৱা ২২ ছেপ্তেম্বৰত ডিফু ৰংথিয়াংস্থিত ইস্ক’ন মন্দিৰত এজন অচিনাক্ত লোক হঠাত মন্দিৰটোত আভিৰ্ভাৱ হৈ মন্দিৰটোৰ প্ৰভু জিকেম টেৰাঙক কয় যে তেওঁ প্ৰকাশ দাস আৰু ৰে’লৱে ডিপাৰ্টমেণ্টৰ ভিজিলেন্সৰ এগৰাকী উচ্চ পদস্থ বিষয়া আৰু ইস্ক’নৰ আজীৱন সদস্য ৷ সেয়ে ইস্ক’নৰ দুখীয়া দৰিদ্ৰ সদস্যসকলক এছ.টি. কোটাত ৰে’লৱেৰ চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰ সুবিধা তেওঁৰ হাতত আছে ৷ প্ৰতিটো ইস্ক’ন মন্দিৰৰ পৰা ৫ জনকৈ সদস্যক তেনে চাকৰি দিয়া হ’ব আৰু চাকৰি পঞ্জীয়নৰ বাবে জনে প্ৰতি তিনিহাজাৰ টকাকৈ পাঁচজনৰ পৰা মুঠ ১৫ হাজাৰ টকা সংগ্ৰহ কৰিবলৈ কয় লোকজনে ৷ সেইমতে প্ৰভু জিকেম টেৰাঙে ইস্কন মন্দিৰৰ ৫ জন সদস্যক এই কথা অৱগত কৰে ৷

ইয়াৰ পিছত ৫ সদস্যই মুঠ ১৫ হাজাৰ টকা লোকজনক আদায় দিয়ে ৷ তাৰ পিছৰ পৰাই লোকজন অন্তৰ্ধান হৈ পৰে ৷ ইস্কনৰ ভুক্তভোগী সদস্যসকলে প্ৰতাৰকটোক বিছাৰি ৰে’ল ষ্টেচনত খবৰ কৰি লোকজনৰ একো অস্থিত্বৰ কথা গম নাপালে ৷

পিছত লোকজনক ডিফু টাউনত ঘুৰি থকা দেখা পাই কালি হৰিলালবস্তি ভিডিপিৰ হতুৱাই লোকজনক কৰায়ত্ব কৰি ডিফু থানাত চমজাই দিয়ে ৷ এই সন্দৰ্ভত ইস্কন মন্দিৰটোৰ প্ৰভু জিকেম টেৰাঙৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯/৪০৬/৪২০ ধাৰাত ডিফু থানাত ২৭৮/২০৭১ নম্বৰত এক গোছৰ ৰুজো দি লোক জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সোধ পোছৰ অন্তত লোকজন কামৰূপ (মেট্ৰ’ৰ) মালিগাওঁস্থিত পাণ্ডু চাৰি নং ফেৰীঘাটৰ সুবোধ সেনৰ পুত্ৰ পাৰ্থ সেন বুলি জানিব পৰা গৈছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx