ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত APHLC-ৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা : সাত প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

News Desk by News Desk
September 26, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

ডিফু : কাৰ্বি আংলং জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰেপৰা চুক্তিখনৰ বিৰোধিতাৰে জিলাখনৰ পৰিস্থিতি উত্তাল কৰি অহাৰ সময়তে আজি সন্ধিয়া ডিফু চহৰত APHLCৰ এক জোৰ সমদলক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আজি সন্ধিয়া অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ APHLCৰ সভাপতি জন ইংতি কাথাৰৰ নেতৃত্বত ডিফু-লামডিং পথৰ ছয় কিলোমিটাৰত চুক্তিৰ বিৰোধিতা কৰি এক জোৰ সমদল উলিওৱা হয়। আৰক্ষীয়ে উক্ত সমদলত বাধা প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰে । সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰা কাৰ্যক গৰিহণা দি সভাপতি জন ইংতি কাথাৰে ১৫০০ কোটি টকাত দিল্লীৰ হাতত কাৰ্বি আংলঙক বিক্ৰী কৰা বুলি ক্ষোভ প্ৰকাশ কৰে । আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীসকল ক্ৰমে ৰবীনচন ইংতি, বিদৰছিং ৰংপি, ৰোহিত তিমুং, লিপচন ইংতি, দিলীপ ৰংফাৰ, সঞ্জয় ক্ৰামছা আৰু ৰংবং তেৰাং বুলি জানিব পৰা গৈছে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ
National-International

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
50
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Cow Slaughter : গো-হত্যা নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

July 1, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I অযোধ্যাৰ প্ৰণামী চুৰিৰ তদন্তত পোহৰলৈ আহিছে বিভিন্ন গাফিলতিৰ তথ্য

July 1, 2026
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx