![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্রকাশৰ দিন ঘোষণা। বৃহস্পতিবাৰে দিনৰ ১১ বজাত ঘোষণা হ’ব স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ফলাফল। কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাৰে ফলাফল প্ৰকাশ পাব।
তিনিওতা শাখাৰ পৰীক্ষাৰ ফলাফল ৱেবচাইটত ঘোষণা হ’ব। www.exametc.com, www. Dibru.ac.in, www.indiaresults.comত উপলব্ধ হ’ব ফলাফল।
উল্লেখ্য যে, ক’ৰনা ভাইৰাছৰ মাজতে অপেন বুক পদ্ধতিৰে অনুষ্ঠিত হৈছিল পৰীক্ষা।













