ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ধেমাজি হিমন্ত কেবিনেটৰ সিদ্ধান্তসমূহ পঢ়ি লওঁক

News Desk by News Desk
September 30, 2021
Reading Time: 1 min read
A A
0
ধেমাজি হিমন্ত কেবিনেটৰ সিদ্ধান্তসমূহ পঢ়ি লওঁক

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

ষ্টাফ ৰিপ’ৰ্টাৰ

ধেমাজিৰ আৱৰ্ত ভৱনত বৃহস্পতি বাৰে অনুষ্ঠিত হয় হিমন্ত চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। বৈঠকখনত গ্ৰহণ কৰাৰ হৈছে বহুকেইটা সিদ্ধান্ত। দিছপুৰ বাহিৰত অনুষ্ঠিত হিমন্ত চৰকাৰৰ প্ৰথম কেবিনেটত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ সৰ্বমুঠ ৭০০ কোটি টকা অনুমোদন। উল্লেখ্য যে ৫৭০ কোটি টকা কৰ্মচাৰী বাবে নিৰ্ধাৰিত প্ৰাপ্য।

মাইক্ৰফাইনেন্সৰ ঋণৰ কিস্তি নিয়মিতভাৱে পৰিশোধ কৰি থকা মহিলাক ২৫ হাজাৰ টকা সাহায্য প্ৰদানৰ বাবে ১৮০০ কোটি টকা অনুমোদন কেবিনেটৰ। পহিলা ডিচেম্বৰৰ পৰা প্ৰদান কৰিব চেক।

ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয় আৰু অন্যান্য বিভাগৰ কাৰ্যালয়ক সামৰি সংঘবদ্ধ উপায়ুক্ত কাৰ্যালয় স্থাপন বাবে ৫০ কোটি অনুমোদন।

ধেমাজি জিলাত উচ্চমানৰ ক্ৰীড়া প্ৰকল্প ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি অনুমোদন কেবিনেটৰ।

ধেমাজি-মাজুলী সংযোগী মথাউৰীৰ ওপৰেদি জোনাইৰ পৰা ধেমাজি, ঢকুৱাখনাৰে মাজুলীলৈ ৪টা সমষ্টি সামৰি ৫মিটাৰ ব্যাসৰ পকী পথৰ বাবে ১৮৩ কোটি টকা অনুমোদন। ধেমাজিত ১৫কোটি, জোনাইত ৩৪কোটি, মাজুলীত ২১কোটি আৰু ঢকুৱাখনাত ১০৮কোটি টকা ব্যয় হ’ব।

একেদৰে ধেমাজি জিলাৰ বান নিয়ন্ত্ৰণ বাবে ১৫০ কোটি টকা অনুমোদন। লগতে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১০০ বিঘা মাটি অধিগ্ৰহণ কৰাৰ সন্মতি।

ধেমাজি জিলাৰ অন্তৰ্গত মুকং চেলেক-জোনাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত ভূমিসমূহত ২০১ চনৰ পূৰ্ব পৰা বসবাস কৰি থকা আহোম, কোঁচ, চুতীয়া আৰু গোর্খা সম্প্ৰদায়ৰ লোকসকলেও কিনা-বেচা কৰিব পাৰিব। লগতে ঢকুৱাখনা চাৰিকলিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক এতিয়াৰে পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হিচাপে নাথাকিব। ৮৯খন ৰাজহ গাঁৱক সামৰি চিচি টঙনী ট্ৰাইবেল বেল্ট নামেৰে নতুন ব্লক গঠন কৰিব।

আনহাতে, ডিব্ৰুগড় আৰু শিলচৰ পৌৰসভা এতিয়া পৰা পৌৰ নিগম লৈ উন্নীতকৰণত অনুমতি।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
ADVERTISEMENT
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
50
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx