ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত গান্ধী জয়ন্তীৰ পৱিত্ৰ ক্ষণত ৫৪ গৰাকী চাফাই কৰ্মীক সম্বৰ্ধনা

News Desk by News Desk
October 2, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

ছাইদুল ইছলাম

ডিফু : উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৱে আটাইতকৈ পৰিষ্কাৰ চহৰৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ডিফু মিউনিচিপালটি বোৰ্ডৰ চাফাই কৰ্মচাৰী অভূতপূৰ্ব অৰিহণাৰ বাবে ১৫২ সংখ্যক গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত যথোচিত সন্মান প্ৰদৰ্শনেৰে পোন প্ৰথমবাৰৰ বাবে কাৰবি পহ’ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু মিউনিচিপালটি বোৰ্ডে “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি ডিফু গান্ধী পাৰ্কত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৫৪ গৰাকী চাফাই কৰ্মীক এই সন্মান প্ৰদান কৰে ৷
ইয়াৰ পূৰ্বে CEM তুলিৰাম ৰংহাঙ, স্থানীয় বিধায়ক আৰু এমএচি তথা কাৰ্যবাহী সদস্য ক্ৰমে বিদ্যাচিং ইংলেং আৰু ৰতন টেৰণ, এমএচি ৰিচাৰ্ড টকবী, ডিফু মিউনিচিপালটি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ কেইবাগৰাকী ৱাৰ্ড কমিচনাৰ আৰু বিষয়া কৰ্মচাৰীসকলে মহাত্মী গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু ধূপ-ধুনাৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী যদস্য তুলিৰাম ৰংহাঙে কয় যে, ডিফু মিউনিচিপালটি বোৰ্ডৰ দক্ষতা আৰু বিচক্ষণতাৰ বাবে ডিফু চহৰখন উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শ্ৰেষ্ঠ চহৰৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ এতিয়া ভাৰতৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ পৰিষ্কাৰ চহৰ হিচাপে সন্মান লাভ কৰিবলৈ লক্ষ্য লোৱা হৈছে ৷ ডিফু চহৰৰ চুকে-কোণে ষ্ট্ৰীট লাইট বিদ্যুত সৌৰচাকি আৰু বিভিন্ন উন্নয়ণমূলক কাম কৰি যোৱাৰ বাবে টীম কাৰবি আংলঙে সংকল্প লৈছে ৷ চাফাই কৰ্মীসকলক আজি প্ৰদান কৰা পহ’ আৰু মানপত্ৰৰ বাবে তেওঁ সুখী বুলি মন্তব্য কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
National-International

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
50
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
National-International

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
50
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২
National-International

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

PM Modi I সেৱা তীৰ্থত সচিবসকলৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

July 1, 2026
Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব

July 1, 2026
Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

Bus accident I দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত বাছত অগ্নিকাণ্ডত নিহত ৭, আহত কমেও ২২

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx