![]()
নিউজ ডেস্কঃ
ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডত সৃষ্টি হৈছে বিপজ্জনক পৰিস্থিতিৰ। যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ১৭ জনলৈ।
ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বৃষ্টিপাতত ব্যাহত পৰিবহণ ব্যৱস্থা। কেদাৰনাথ, নাইনিতালত আবদ্ধ হৈ পৰিছে বহু পৰ্যটক৷

© 2020 Assam Times Post. | Powered By Webx