![]()
মনোৰঞ্জনঃ
বুধবাৰে কণ্ঠশিল্পী সীমান্ত শেখৰক ৰাজ্য চৰকাৰে ৰাজ্যিক চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ গুৰু দায়িত্বৰ প্ৰদান পাছতেই সামাজিক মাধ্যমত আৰম্ভ ব্যাপক প্ৰতিক্ৰিয়া।কিয়নো কিছুদিনৰ পূৰ্বে এটা সাক্ষাৎকাৰত বিজেপি নেতা কণ্ঠশিল্পী সীমান্তই অসমীয়া চিনেমাৰ নোচোৱা বুলি মন্তৱ্য প্ৰকাশ কৰিছিল।অসমীয়া চিনেমা নোচোৱা এগৰাকী লোকে কিদৰে ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগম অধ্যক্ষ দৰে গুৰু দায়িত্ব সুচাৰূপে পালন কৰিব তাৰ লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ নেতৃত্বত কিমানদূৰ আগবাঢ়ি যাব ৰাজ্যিক চলচ্চিত্ৰ ক্ষেত্ৰখন তাকো একাংশই সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে।
গুৰুত্বপূৰ্ণ পূৰ্ব সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পবিত্ৰ মাঘেৰিটাই ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ দায়িত্বত আছিল।













