![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১২ হাজাৰ ৭২৯ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্ত হৈছে ৩ কোটি ৪৩ লক্ষ ৩৩ হাজাৰ ৭৫৪ জন।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ২২১ জনৰ। এই পৰ্যন্ত দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৫৯ হাজাৰ ৮৭৩ জনৰ। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৪৮ হাজাৰ ৯২২ জন। বিগত ২৪ ঘণ্টাত দেশত কৰোনা পৰীক্ষা হৈছে মাত্র ৬ লক্ষ ৭০ হাজাৰ ৮৪৭ জনৰ।













