ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱা গাড়ী খুন্দাত গুৰুত্বভাৱে আহত শ্ৰমিক জোচেফ মাৰাক জিএমচিএইচত মৃত্যু

Staff Reporter by Staff Reporter
November 10, 2021
Reading Time: 1 min read
A A
0
সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱা গাড়ী খুন্দাত গুৰুত্বভাৱে আহত শ্ৰমিক জোচেফ মাৰাক জিএমচিএইচত মৃত্যু

logo new 2 1 1 4 1 3 3 | ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

নিউজ ডেস্কঃ

সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱা গাড়ী খুন্দাত গুৰুত্বভাৱে আহত শ্ৰমিক জোচেফ মাৰাক অৱশেষত মৃত্যু।এমাহৰো অধিক গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তি ওচৰত হাৰ মানিলে শ্ৰমিক জোচেফে।আজি এই কথা জনাই জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই।এমাহৰো অধিক সময় চিকিৎসালয়ৰ বিচনাত পৰি থকা জোচেফৰ হাওঁফাওঁৰ ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ পৰিছিল।ইয়াৰ উপৰিও গোটেই শৰীৰটোত চেপ্তিক ফৰ্ম হোৱা ফলতে দুৰ্ভগীয়া শ্ৰমিক গৰাকী মৃত্যু হোৱা বুলি কয় শৰ্মাই।

WhatsApp Image 2021 11 10 at 13.26.40 | ASSAM TIMES POST

উল্লেখ্য ৰুক্মিণীগাঁৱত ১অক্টোবৰ নিশা প্ৰায় ১.৩০বজাত সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱা গাড়ীৰে মহতিয়াই নিছিল জোচেফসহ ৯ জনকৈ শ্ৰমিকক।দুৰ্ঘটনাটোত জোচেফ গুৰুত্বভাৱে আহত হৈছিল।দুৰ্ঘটনাটোৰ ইমানেই ভয়ংকৰ আছিল জোচেফৰ এখন ভৰি ছিঙি গৈছিল ঘটনাস্থলীতে।পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জোচেফৰ অন্যখন ভৰি কাটি পেলাব লগা হৈছিল।

গুৰুত্বপূৰ্ণ ক’ৰনা বাবে ঘোষিত সান্ধ্য আইন ভংগ কৰি বিলাসী তাজ ভিভাণ্টাত প্ৰভাৱশালি ব্যৱসায়ী পংকজ সাধনীদাৰে আয়োজন কৰা বাৰ্থডে পাৰ্টীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত মডেল ৰাজকন্যাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাটোৰ।প্ৰথম অৱস্থাত আৰক্ষীৰ সোপা ধিলা নীতিৰ বাবে দুৰ্ঘটনা সংঘটিত কৰা পাছদিনাই জামিন পাইছিল। পৰৱৰ্তী পয্যায়ত বিভিন্ন সামাজিক মাধ্যমত হোৱা প্ৰতিক্ৰিয়া ফলতে মুখ্যমন্ত্ৰী হস্তক্ষেপত দ্বিতীয়বাৰ মডেল ৰাজকন্যা গ্ৰেপ্তাৰ হৈছিল দিছপুৰ আৰক্ষীৰ হাতত।বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী মডেল গৰাকী।

তাপৰ্যপূৰ্ণ কথা জি এম চি এইচৰ কৰ্তৃপক্ষই দুৰ্ভগীয়া শ্ৰমিকজনক সুস্থ কৰি তুলিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিল যদিও সুস্থ নহল জোচেফ।

আনহাতে, দুৰ্ঘটনাটো ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে।ডেৰ পৃষ্ঠা অভিযোগনামত নাই বিশেষ পাৰ্টী আয়োজন কৰা পংকজ সাধনীদাৰ নাম।একেদৰে নাম নাই নৈশ সান্ধ্য আইন ভংগৰে পাৰ্টী অনুষ্ঠিত কৰা হোটেল তাজ ভিভাণ্টা নাম।আনহে নালাগে দিছপুৰ আৰক্ষীয়ে তদন্তৰ বাবে সোধ-পোচ কৰিবলৈও সাহস নহল হোটেল কর্তৃপক্ষ, আয়োজক পংকজ সাধনীদাৰক।

Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx