![]()
নিউজ ডেস্কঃ
ৰাজ্যচৰকাৰৰ নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠান এমট্ৰনৰ বেংক একাউণ্ট হেক কৰা বুলি জানিব পৰা গৈছে।২.৫০কোটি টকাৰ হৰলুকী একাউন্টৰ পৰা।কিদৰে একাউণ্টৰ পৰা ২.৫০কোটি টকা হৰলুকী হ’ল সেই সন্দৰ্ভত সোধ- পোচৰ বাবে আটক ব্যক্তিগত প্ৰতিষ্ঠানটো গাণনিক বিষয়া ৰাহুল হুজুৰীক।চিআইডিয়ে আটক কৰে বিষয়া গৰাকীক।উল্লেখ্য গাণনিক বিষয়া হুজুৰীক বৃহস্পতিবাৰ সোধ -পোচৰ আটক কৰিছে।
ইফালে আটক কৰা হুজুৰী হেক ঘটনা সৈতে জড়িত হয় নাই সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই।চিআইডি তদন্তকাৰী বিষয়া দলে পৃথকে-পৃথকে জেৰা চলাই আছে বিষয়া গৰাকীক।













