![]()
নিউজ ডেস্কঃ
এপিডিচিএল পৰীক্ষা কেলেংকাৰী বাবে অৱশেষত বাতিল নিযুক্তি প্ৰক্ৰিয়া।পৰীক্ষাৰ বাতিলৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা বিভাগৰ ।
উল্লেখ্য যে ২০১৮বর্ষত অনুষ্ঠিত হৈছিল পৰীক্ষা।সহায়ক আৰু ড্ৰাইভাৰ পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱা পূৰ্বে পদসমূহ লাভ লাভ টকাত বিক্ৰী হোৱা গুৰুত্বৰ অভিযোগ উত্থাপন হৈছিল।পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অনুষ্ঠিত পৰীক্ষাত হোৱা কেলেংকাৰী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ কৰি পোহৰলৈ আনিছিল।ইতিমধ্যে কেলেংকাৰীত জড়িত অভিযোগ ভিত্তিত গ্ৰেপ্তাৰ হৈছে বহুজন।













