![]()
নিউজ ডেস্কঃ
ব্যক্তিগত প্ৰতিষ্ঠান এমট্ৰ’নৰ ২.৫০ কোটি টকা হৰলুকীৰ অভিযোগত চিআইডি হাতত গ্ৰেপ্তাৰ হোৱা গাণনিক বিষয়া ৰাহুল হুজুৰীক ৪দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ।কামৰূপ মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে বিষয়া গৰাকীক প্ৰেৰণ কৰে চিআইডি জিম্মালৈ।
উল্লেখ্য যে বেংক অৱ মহাৰাষ্ট্ৰ লাখটকীয়াস্থিত শাখাৰ পৰা প্ৰতিষ্ঠানটোৰ ২.৫০কোটিৰ টকা হৰলুকী অভিযোগ এমডি এমকে যাদৱে দাখিল কৰিছিল চিআইডিত।













