![]()
স্পৰ্টছ ডেস্কঃ
টি-২০ বিশ্বকাপত বিজয়ী হ’ল অষ্ট্রেলিয়া। প্রথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিলে এৰন ফিন্স বাহিনীয়ে। বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। বিফলে গ’ল কেন উইলিয়ামছনৰ যুঁজ। ৮ উইকেটত নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্ব বিজয়ী হয় অষ্ট্ৰেলিয়া।
টছত জয়ী হৈ নিউজিলেণ্ডক প্রথমে বেট ধৰিবলৈ আমন্ত্ৰণ জনায় এৰন ফিনসে। নিউজিলেণ্ডে ১৭২ ৰান কৰে ৫ উইকেটত।
এই লক্ষ্য আগত ৰাখি খেলা অষ্ট্ৰেলিয়াই ২ উইকেটত জয়লাভ কৰে।













