![]()
নিউজ ডেস্কঃ
বিতর্কিত ৩ কৃষি আইন প্রত্যাহাৰ কেন্দ্রৰ। শুক্রবাৰে এই কথা জনায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্ৰায় এবছৰ ধৰি চলি অহা এই আইনবিৰোধী আন্দোলনৰ ওচৰত নতি স্বাকীৰ কৰি কেন্দ্রীয় চৰকাৰে উক্ত ৩ আইন বাতিল কৰিবলৈ বাধ্য হ’ল।
মোদীয়ে ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া ভাষণত আজি কয়, ‘‘আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা কৃষকসকলক আমি একো বুজাব নোৱাৰিলোঁ।’’













