![]()
নিউজ ডেস্কঃ
ভূ-মাফিয়ালৈ লক্ষ্য কৰি গুলী
হোজাই আৰক্ষীৰ।
লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটিৰ দালাল নজৰুলক লৈ হোজাইৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল বনাঞ্চলত।
লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমাফিয়াৰ মাষ্টাৰমাইণ্ড নজৰুল ইছলামক এনকাউন্টাৰ।
যোৱা নিশা বনাঞ্চলৰ অনান্য মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পলাবলৈ চেষ্টা চলাইছিল নজৰুলে।
হোজাই আৰক্ষীয়ে নজৰুলক বাধা প্ৰদান কৰিবলৈ গৈ নজৰুলৰ ভৰিত গুলী মাৰে।
বৰ্তমান নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে গুলীবিদ্ধ নজৰুল ইছলামক।













