ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ২০২২ উপলক্ষে ডিফুত সজাগতামুলক ৱাকাথান:

ASSAM TIMES POST by ASSAM TIMES POST
November 22, 2021
Reading Time: 1 min read
A A
0

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু:ৰাজ্যজুৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ২০২২ ৰ লগত সংগতি ৰাখি ও নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে দেউবাৰে কাৰবি আংলং জিলা নিৰ্বাচনী বিষয়াৰ আহ্বান মৰ্মে এক বিশেষ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

161ce9f5 0066 49a8 98ec b22e9c8b109f | ASSAM TIMES POSTসজাগতা কাৰ্যসূচীৰ অংশ স্বৰূপে দেউবাৰে পুৱা ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু চহৰৰ মাজেৰে ভোটাৰৰ প্ৰতি সজাগতা উদ্দেশ্যৰে ৱাকাথন অনুষ্ঠিত কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়াই কয়যে, নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশ মৰ্মে ১৩, ১৪,২১ আৰু ২৭ নৱেম্বৰত সমগ্ৰ জিলাতেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ২০২২ৰ বাবে কেতবোৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

23164dd0 034c 471e 9e0d 4629892d9a2e | ASSAM TIMES POSTআজি পুৱাৰ ভাগতে ডিফু কাছা ষ্টেডিয়ামত এথলেটিকচ, পৰ্বাতাৰোহী আৰু এনচিচি ক্ৰেডেট সকলৰ অংশ গ্ৰহণেৰে ডিফু চহৰৰ মাজেৰে ৱাকাথন উলিওৱা হয় ৷ অংশ গ্ৰহণ কাৰী সকলে ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু টাউনহৈ ডিফু চৰকাৰী বালক বিদ্যালয় পথেৰে পুণৰ কাছা ষ্টেডিয়ামলৈ ঘূৰি আহে ৷

বিষয়া গৰাকীয়ে ইয়াকো কয়যে , ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতী আৰু ২০২২ৰ ১ জানুৱৰীত ১৮ বছৰ সম্পূৰ্ণ হব লগীয়া যুৱক-যুৱতী সকলে ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সজাগতামূলক ৱাকাথন কাৰ্যসূচীত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া চন্দ্ৰধ্বজ সিনহা আৰু কাৰবি আংলং জিলাৰ আদৰ্শ পুৰুষ তথা এভাৰেষ্ট বিজয়ী খৰছিং টেৰণেও অংশ গ্ৰহণ কৰে ৷

ইয়াৰোপৰি ভোটাধিকাৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ জিলা তথ্য আৰু জনসংযোগ বিভাগে মাইকযোগে প্ৰচাৰ কৰা পৰিলক্ষিত হয় ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT