ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ ৭০ বছৰীয়া বৃদ্ধ হত্যাকাণ্ডৰ মূল অভিযুক্তসহ তিনিজনক গ্রেপ্তাৰ

হত্যাকাণ্ড ব্যৱহৃত হাতে সজা বন্দুক উদ্ধাৰ

News Desk by News Desk
November 22, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ছাইদুল ইছলাম

ডিফু : যোৱা ৪ নৱেম্বৰত ডিফু আৰক্ষী থানাৰ অধীনৰ টেৰণ গাঁও নামৰ অঞ্চলৰ ঝুম খেতিত এগৰাকী ৭০ বছবীয়া বৃদ্ধক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ডিফু আৰক্ষীয়ে এই সন্দর্ভত এক গোচৰ ৰুজো কৰি ডিফু আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলসহ ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছিল আৰু ঘটনাত জড়িত মূল অভিযুক্তসহ তিনিগৰাকীক আজি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে এই ঘটনাত জড়িত তিনিগৰাকীক ডিফু আৰক্ষী থানাৰ অধীনৰ ক্রমে ১নং ডিছামা, ২নং ডিছামা আৰু ছেৰলংজন নামৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ঘটনাৰ মূল অভিযুক্ত জিনং তিছ (২৬)ক ১নং ডিছামাৰ পৰা, দিপছিং তিছ (১৯)ক ২নং ডিছামা আৰু বিছন বে (২১) নামৰ অভিযুক্তজনক ছেৰলংজনৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। গ্রেপ্তাৰ কৰা তিনিওজনে বুৰা ৰংফাৰ নামৰ ৭০ বছবীয়া বৃদ্ধজনক হত্যা কৰা বুলি স্বীকাৰ কৰে বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে।

মূল অভিযুক্ত জিনং তিছয়ে ঘটনাত ব্যবহাৰ কৰা হাতে সজা বন্দুকটো ছাৰপ ৰংপি গাঁৱৰ ঝুম খেতিত লুকূৱাই থৈছিল। আৰক্ষীয়ে উক্ত স্থানত তালাচী চলাই দুটা হাতে সজা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তিনিওকে আজি জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx