ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাতৃসকলক আগুৱাই নিবৰ বাবে ‘জানিত্ৰী’ৰ ‘অসম মমপ্ৰেনিয়াৰ’ সভাৰ আয়োজন

Staff Reporter by Staff Reporter
November 23, 2021
Reading Time: 1 min read
A A
0
মাতৃসকলক আগুৱাই নিবৰ বাবে ‘জানিত্ৰী’ৰ ‘অসম মমপ্ৰেনিয়াৰ’ সভাৰ আয়োজন

logo new 2 1 1 4 1 3 8 | ASSAM TIMES POST

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

নিউজ ডেস্কঃ

‘জানিত্ৰী’ত আমি হৃদয় উদযাপন কৰোঁ আৰু আমাৰ ভিতৰৰ আত্মাক সন্মান কৰোঁ। সেয়ে হৃদয় আৰু আত্মাৰে ধুনীয়া প্ৰতিজন ব্যক্তিক ‘জানিত্ৰী’য়ে গুৰুত্ব দি আহিছে৷ ‘জানিত্ৰী’ৰ মূল উদ্দেশ্য হৈছে প্ৰতিজন ব্যক্তিৰ মাজত লুকাই থকা ‘প্ৰকৃতি মাতৃ’ক জগাই তোলা৷ ‘জানিত্ৰী’ হৈছে সাধাৰণ লোকসকলৰ বাবে এনে এখন মঞ্চ যি এতিয়াও সমাজৰ বৃহত্তৰ কল্যাণত অৰিহণা যোগাবলৈ আগবাঢ়ি অহাৰ ইতিবাচক দিশত বিশ্বাস কৰে৷

‘অসম মমপ্ৰেনিয়াৰৰ সভা’খন ২১ নৱেম্বৰ, দেওবাৰে সন্ধিয়া ছয় বজাৰ লগে লগে ভাৰ্চুৱেল মাধ্যমৰ দ্বাৰা আৰম্ভ কৰা হয়৷অনুষ্ঠানটো ‘মহিলা সবলীকৰণ’ নামৰ এটি মনোজ্ঞ ভিডিঅ’ৰ দ্বাৰা উদ্বোধন কৰা হয় আৰু তাৰ পিছতেই ৰুমি বৰাই ‘জানিত্ৰী’ৰ মূল উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়৷ লগতে উত্তৰ-পূবৰ মহিলা উদ্যোগীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে তেখেতে অৱগত কৰায়৷ ড৹ শ্ৰীপৰ্ণভূঞা বৰুৱাৰ দ্বাৰা ‘আপোনাৰ ষ্টাৰ্টআপ কেনেদৰে শক্তিশালী কৰি ৰাখিব পাৰি’, লগতে মহিলা উদ্যোগীৰ পৰিসৰ আৰু সুযোগৰ বিষয়ে আলোচনা কৰা হয়৷ ডাঃ ভাচাভি আচাৰ্য আৰু যূতিকা মহন্তই মহিলাসকলক প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁলোকৰ ব্যৱহাৰিক অভিজ্ঞতাৰ দ্বাৰা জানিবলৈ দিয়ে৷

মিন্টলাইমৰ ৰুমী বৰাই কয় যে, মাতৃ শব্দটোৰ মাজত পবিত্ৰ প্ৰেম আৰু অসীম শক্তিৰ উৎস নিহিত হৈ আছে৷ যি শক্তিয়ে সম্ভাৱনাৰ বীজ ৰোপণ কৰে৷ ‘জানিত্ৰী’ৰ সপোন হৈছে মাতৃসকলৰ কাষলৈ যোৱা আৰু সুখী মাতৃৰ বৃহৎ সম্প্ৰদায় সৃষ্টি কৰা৷ ফিজিঅথেৰাপিষ্ট ড৹ শক্তি মিশ্ৰই কয়- “প্ৰতিগৰাকী মাতৃয়েই সুস্থ আৰু শক্তিশালী হোৱাৰ যোগ্য। এগৰাকী মাতৃ হৈছে সমাজ আৰু ঘৰখনৰ প্ৰেম, গুণ আৰু স্তম্ভৰ প্ৰতীক। সেয়েহে তেওঁ শাৰীৰিকভাৱে সক্ৰিয় আৰু আৱেগিকভাৱে সতৰ্ক হোৱা প্ৰয়োজন যাতে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সমাজৰ মাতৃসকলৰ লগত সংযোগ স্থাপনৰ উদ্দেশ্যে কাম কৰি থকা এই উদ্যোগটোৰ অংশ হ’বলৈ পাই মই সুখী৷”

লেখিকা মৌচুমী বৰিয়ে কয়, “পৃথিৱীৰ আটাইতকৈ মধুৰ শব্দ ‘মা’৷এগৰাকী মাতৃ এখন ঘৰৰ সূৰ্যস্বৰূপা৷ মাতৃ এগৰাকীয়ে আৱৰি ৰাখে এখন ঘৰ৷ হৃদয়ৰ উমাল নিভাঁজ মৰমৰ পৰশেৰে সন্তানক ডাঙৰ-দীঘল কৰে৷ সন্তানৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা অপৰিসীম৷ কৰোনা অতিমাৰীৰ এনে এক দিঃসময়ত উঠি অহা ল’ৰা-ছোৱালীৰ শিক্ষা-দীক্ষা, জীৱন-ধাৰণ সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বান আহি পৰিছে৷ গতিকে এই সময়ত অভিভাৱকৰ ভূমিকা অপৰিসীম৷ সন্তানক সঠিক দিগদৰ্শন কৰিবলৈ অভিভাৱকসকল সচেতন হোৱা উচিত৷ এইসময়ত মাতৃগৰাকীয়ে সন্তানক বিভিন্ন সৃষ্টিমূলক কামত ব্যস্ত ৰাখিব পাৰে৷ সন্তানৰ মাজত থকা প্ৰতিভা উলিয়াই আনিবলৈ যত্ন কৰিব পাৰে৷ অনলাইন মাধ্যমযোগে অনুষ্ঠিত হোৱা ব্যক্তিত্ব বিকাশ আদি অনুষ্ঠানত ভাগ ল’বলৈ উৎসাহিত কৰিব পাৰে৷ গছ, চৰাই, আকাশৰ স’তে পৰিচয় কৰাই দি প্ৰকৃতিৰ স’তে একাত্ম হ’বলৈও শিকাব পাৰে৷”

‘জানিত্ৰী’ হৈছে এখনি মাতৃ হৃদয় কঢ়িয়াই ফুৰা সকলো মাতৃ তথা ব্যক্তিকে ইজনে সিজনৰ সৈতে যোগাযোগ ৰাখিব পৰাকৈ, সহৃদয় মত বিনিময়ৰ জৰিয়তে ইজনে সিজনক সমৰ্থন কৰাৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰা আৰু এই পৃথিৱীখনত বাস কৰিবৰ বাবে এক সুন্দৰ স্থান হিচাপে গঢ়ি তুলিবলৈ প্ৰেম আৰু দয়া বিয়পোৱা। 

এই মঞ্চখনৰ দ্বাৰা মহীয়সী মাতৃসকলক সহায়, সমৰ্থন আৰু অনুপ্ৰেৰণাৰে উদ্বুদ্ধ কৰা হ’ব৷ তেখেতসকলক বয়স, শিক্ষা আৰু দক্ষতাৰে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হ’ব আৰু ‘জানিত্ৰী’য়ে মাতৃসকলৰ ঘৰ আৰু সমাজৰ বাবে আগবঢ়োৱা প্ৰেম আৰু আত্মত্যাগক অন্তঃকৰণেৰে অভিবাদন জনাব৷ এই পদক্ষেপটো ‘মিণ্টলাইম’ৰ এটা অংশ, যি হৈছে সমগ্ৰ বিশ্বৰ সৃষ্টিশীল আৰু উদ্ভাৱনী মনক সমৰ্থন কৰাৰ এক মঞ্চ।

Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx