![]()
নিউজ ডেস্কঃ
আজি অসমীয়াৰ বীৰ লাচিত বৰফুকনৰ জন্মতিথি।ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতি বীৰজনাক স্মৰণ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱসৰ পবিত্ৰ ক্ষণত বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত জাতি বীৰ গৰাকীৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে।
অসমৰ গৌৰৱ উজ্জল ইতিহাসৰ অপৰিসীম ধৈর্য, সাহস আৰু দেশ প্ৰেমেৰে উজ্জীৱিত শ্ৰেষ্ঠ মহানায়ক আছিল লাচিত।













