![]()
নিউজ ডেস্কঃ
অহা সোমবাৰৰ পৰা দিল্লীত স্কুল–কলেজ খোলাৰ সিদ্ধান্ত দিল্লী চৰকাৰৰ। বায়ু প্ৰদূষণৰ বাবে বিগত দহ দিন দেশৰ ৰাজধানীত বন্ধ হৈ আছে স্কুল–কলেজ। ছুপ্রিম কোৰ্টে পৰিস্থিতিৰ উন্নতি হ’লে আৰোপ কৰা নিষেধাজ্ঞাসমূহত শিথিলতাৰ কথা ঘোষণা কৰিছিল৷ দিল্লীৰ পৰিবেশ মন্ত্রী গোপাল ৰায়ে কয় যে দিল্লীৰ প্ৰদূষণ পৰিস্থিতিৰ কিছু উন্নতি হোৱা বাবে কলেজ আৰু শিক্ষা প্রতিষ্ঠানবোৰ সোমবাৰৰ পৰা খুলিব।












