![]()
মনোৰঞ্জনঃ
দীৰ্ঘদিনীয়া চৰ্চাৰ সাম কাটি বিকি কৌশল আৰু কেটৰিণা কাইফৰ বিবাহৰ তাৰিখ সমুখলৈ আহিছে। বিগত দিন ধৰি এই বিষয়টোক লৈ উৎসাহিত হৈ পৰিছিল তাৰকাদ্বয়ৰ অনুৰাগী সকল। অহা ডিচেম্বৰ মাহৰ ৯ তাৰিখে তেওঁলোকে ৰাজস্থানত বিবাহপাশত আবদ্ধ হ’ব।
তাৰকাদ্বয়ৰ ফালৰ পৰা এই বিষয়ত কোনোধৰণৰ স্পষ্টীকৰণ অহা নাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পূৰ্ণগতিত চৰ্চা লাভ কৰিছে।













