![]()
নিউজ ডেস্কঃ
সমগ্ৰ শীতকালীন অধিবেশনৰ বাবে নিলম্বন হ’ল ১২ ৰাজ্যসভাৰ সাংসদ। তেওঁলোকৰ ভিতৰত আছ— শিবসেনাৰ প্রিয়ঙ্কা চতুর্বেদী আৰু অনিল দেশাই, চিপিএমৰ এলামাৰাম কৰিম, কংগ্রেছৰ ফুলোদেবী নেতাম, ছায়া বর্মা, আৰ বোৰা, ৰাজামণি পেটেল, চৈয়দ নাচিৰ হুছেইন, অখিলেশ প্রসাদ সিং, তৃণমূলৰ দোলা সেন আৰু শান্ত ছেত্ৰী।
তেওঁলোকৰ বিৰুদ্ধে অভিযোগ, ৰাজ্যসভাৰ অধ্যক্ষৰ প্রতি নজিৰবিহীনভাবে অশ্রদ্ধা প্রদর্শন, দুর্ব্যৱহাৰ আৰু ইচ্ছাকৃতভাবে নিৰাপত্তাৰক্ষীৰ ওপৰত আক্রমণ কৰি সংসদৰ কামত বাধা দিয়া।













