ষ্টাফ ৰিপ’ৰ্টাৰ:
অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু।নিশা আৰক্ষীৰ গাড়ীৰ পৰা জপিয়াই চেষ্টা কৰিছিল কলা ল’ৰাই।
পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে পিছফালে থকা আৰক্ষীৰ গাড়ীয়ে খুন্দা মাৰে অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্তজনক।দুৰ্ঘটনাত আহত ক’লা গুণ্ডাক লগে লগে JMCHত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।