নিউজ ডেস্কঃ
বিশ্বৰ ভিতৰত একমাত্র মুছলিম দেশ এখন আছে য’ত মহিলা আৰক্ষীয়ে মিনি স্কার্ট পিন্ধি দায়িত্ব পালন কৰে। এচিয়া মহাদেশৰ পশ্চিম প্রান্তত অৱস্থিত লেবাননৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ হৈছে বেইৰুত। দেশখনৰ চৰকাৰী ভাষা আৰবী আৰু স্বীকৃত ভাষা ফৰাচী।
লেবানন সম্পর্কে কিছু নজনা তথ্য হৈছে :
১. লেবানন সম্পূৰ্ণ বিশ্বৰ ভিতৰত একমাত্র মুছলিম দেশ য’ত মহিলা আৰক্ষীয়ে মিনি স্কার্ট পিন্ধি দায়িত্ব পালন কৰে। মহিলা আৰক্ষীক মিনি স্কার্ট পিন্ধোৱাৰ কাৰণ পর্যটকসকলক আকর্ষিত কৰা।
২. মধ্যপ্রাচ্যৰ প্রায় সকলোবোৰ দেশতেই অবাধ ধন-সম্পদ থাকিলেও লেবাননত সকলোতকৈ বেছি খাঁটি সোণ মজুত আছে।
৩. লেবাননত অন্য মুছলিম দেশবোৰৰ দৰে পর্নোগ্রাফি নিষিদ্ধ। কিন্তু নিষিদ্ধ হোৱা সত্বেও দেশখনত পর্নোগ্রাফি বহু পৰিমাণে চোৱা হয়।
৪. জানি অবাক হ’ব যে আইপেডৰ নির্মাতা আৰু প্রডাকচন মেনেজাৰ এজন লেবানিজ।
৫. লেবাননৰ নাৰীসকল প্রাকৃতিকভাবে সুন্দৰ হয়। তেওঁলোকে আধুনিকতাৰ সৈতে নিজৰ ঐতিহ্য আৰু সংস্কৃতিক বহন কৰি চলে।