![]()
নিউজ ডেস্কঃ
ভাৰততো প্ৰৱেশ কৰিলে কোভিডৰ ওমিক্রন প্ৰজাতি। কর্নাটকত দুজন লোকৰ শৰীৰত ওমিক্ৰন ভাইৰাছৰ সন্ধান পোৱা বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে। আক্রান্ত দুজনৰ এজন পুৰুষ আৰু এগৰাকী মহিলা। তেওঁলোকৰ বয়স ক্রমে ৬৬ আৰু ৪৬। তেওঁলোক কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল তাৰো অনুসন্ধান কৰা বুলি জনাইছে মন্ত্ৰালয়ে।












