![]()
মনোৰঞ্জনঃ
বহু প্ৰত্যাশিত বলীউডৰ এখন বিবাহ সম্পন্ন হ’ল। বিকি কৌশল আৰু কেটৰিণা কাইফৰ বিবাহক লৈ বহুদিনৰ পৰা চচিয়েল মিডিয়াকে ধৰি অনুৰাগী সকলৰ মাজত কোচকাৱাজ লগা দেখিবলৈ পোৱা গৈছিল। আজি ৰাজস্থানস্থিত Six Senses Fort Barwara ত বিবাহ পাশত আৱদ্ধ হয় যুটিটো।
Fort ৰ বাহিৰত তাৰকাদ্বয়ৰ বহু অনুৰাগীয়ে ভিৰ লগোৱাও পৰিলক্ষিত হৈছে। বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতে দুয়োগৰাকীয়ে চচিয়েল মিডিয়াত নিজৰ বিবাহৰ কেইবাখনো ফটো আপলোড কৰে চচিয়েল মিডিয়াত। চাওঁচোন আহক এই ফটো সমূহঃ
















