![]()
নিউজ ডেস্কঃ
বিতৰ্কিত কা’ বিৰুদ্ধে আন্দোলন কৰি শ্বহীদ হোৱাৰ চেম ষ্টেফৰ্ড মাতৃ ক্ষোভ।পুত্ৰ দ্বিতীয় মৃত্যু বাৰ্ষিকিত দুৰ্ভগীয়া মাতৃয়ে হুক হুকাই কান্দি কান্দি কলে কাৰো পৰাই লাভ নকৰিলোঁ সঁহাৰি।
একমাত্ৰ পুত্ৰক হেৰুৱাই মাতৃ গৰাকীয়ে কয়-আন্দোলনকাৰী নেতা সকলেও পাহৰি গল আমাৰ কথা।ন্যায় পাব নাই তাৰো কোনো নিশ্চয়তা নাই।
উল্লেখ্য যে দেওবাৰে কৃষক মুক্তি সংগ্রাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই পৃথকে পৃথকে কা’ৰ আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিল হাটীগাঁৱত।













