![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ঘোষণা হ’ল সাধাৰণ টেট পৰীক্ষা ফলাফল। বুধবাৰে ঘোষণা হয় ফলাফল। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বাবে অনুষ্ঠিত হৈছিল টেট।
উল্লেখ্য যে উচ্চ প্ৰাথমিক টেটত অৱৰ্তীন হৈছিল ১ লাখ ১৪হাজাৰ ৭১৯ গৰাকী। উৰ্ত্তীণ হয় ২০হাজাৰ ৬৩৯ গৰাকী।
ইফালে, নিম্ন প্ৰাথমিকৰ টেটত অৱৰ্তীন হৈছিল ১লাখ ৪৪হাজাৰ ৬৫গৰাকী। উৰ্ত্তীণ হৈছে ২৩হাজাৰ ৩৯৪গৰাকী।
গুৰুত্বপূৰ্ণ কথা চলিত বৰ্ষতে অনুষ্ঠিত হৈছিল সাধাৰণ টেট পৰীক্ষা।













