![]()
নিউজ ডেস্কঃ
অনিয়মেৰে চলা ব্যৱসায়ীৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে ব্যাপক সফলতা লাভ কৰিছে। দুটা পৃথক পৃথক অভিযান চলাই ১ কোটি টকাৰ প্ৰায় ২৮৩ কুইণ্টল বাৰ্মিজ চুপাৰি আৰু কোটি টকীয়া ২০ বস্তা অগৰ কাঠ জব্দ কৰে।

শুকুৰবাৰে নিশা হাইলাকান্দিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এএছএএছ-২৫-ইচি-৪৯২৭ নম্বৰৰ এখন লৰী আটক কৰে আৰক্ষীয়ে।













