ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘কাছা’ কাপ ফুটবল চেম্পীয়নশ্বীপ ২০২১ : চূড়ান্ত বিজয়ী কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফ চি 

News Desk by News Desk
December 28, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ডিফু : মঙলবাৰে ডিফুস্থিত অত্যাধুনিক ‘কাছা’ খেলপথাৰত অনুষ্ঠিত ১৩ সংখ্যক কাছা কাপ ফুটবল চেম্পীয়ণশ্বীপৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফ চিএ ৷ তীব্ৰ প্ৰতিদ্বন্ধিতামূলক চূড়ান্তখেলত নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাৰবি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱ এফচি নিজৰ স্বভাৱ সুলভ খেল প্ৰদৰ্শন কৰি ক্লিৰদাপ এফচিক ৩-১ গ’লত পৰাজিত কৰি চেম্পীয়ণ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি খেলৰ প্ৰথমাৰ্ধত ১৭ মিনিটত ক্লিৰদাপ এফচিৰ হৈ এডউইন টপ্পৱে মৰ্ণিং ষ্টাৰ এফচিৰ বিৰুদ্ধে ১ গ’ল দি দলক ১-০-ৰ অগ্ৰগতি প্ৰদান কৰে ৷ তাৰ পিছত কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিৰ হৈ বিশাল গুৰুঙে ৪১ মিনিটত ক্লিৰদাপ এফচি এটা গ’ল দি সমতা স্থাপন কৰে ৷ তাৰ পিছত মৰ্ণিং ষ্টাৰৰ হৈ দেউৰী ক্ৰ’ই দ্বিতীয়টো গ’লদি মৰ্ণিং ষ্টাৰক ২-১ৰ অগ্ৰগতি প্ৰদান কৰে ৷

ইয়াৰ পিছত খেলৰ দ্বিতীয়াৰ্দ্ধৰ ৫৩ মিনটিত মৰ্ণিং ষ্টাৰ এফচিৰ হৈ এইছ মিংলু ৱাংকালে ক্লিৰদাপ এফচিৰ নেটত তৃতীয়টো গ’ল সুমুৱাই কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিক ৩-১-ৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ৷ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান পায় ক্লিৰদাপ এফচিৰ ৰোহিত ৰংহাঙ, শ্ৰেষ্ঠ স্ক’ৰাৰৰ সন্মান লাভ কৰে কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিৰ বিশাল গুৰুঙে আৰু চেম্পীয়ণশ্বীপৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচিৰ দেউৰী ক্ৰ’ৱে ৷ খেলখন পৰিচালনা কৰে বাজ’ তিচ’ৱে ৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে, আৰ উইনচন কিলিঙ, আৰু হনচিং কিলিঙে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত থাকে কণ্টিনচন হাঞ্চে ৷ বঁটা বিতৰণী সভাৰ অতিথি হিচাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন পাঠক ‘কাছা’ৰ সাধাৰণ সম্পাদক পংকজ টেৰণ, জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাঙ, ডিফু মিউনিচিপালটি বোৰ্ডৰ উপাধ্যক্ষ মীৰা তিচ’পী, ইএম অমৰচিং তিচ’ৰ মাতৃ কাজক ইংতিপি ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx