![]()
নিউজ ডেস্কঃ
ৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে বৃহৎ খবৰ। অভিযোগৰ ভিত্তিত ১৭ লাখৰো অধিক একাউন্ট বন্ধ কৰিলে ৱাটছএপে। নৱেম্বৰতেই এই কাম কৰিছে কোম্পানীটোৱে। ইনষ্টেন্ট মেছেজিং এপটোৱে জনোৱা মতে, নিৰাপত্তাৰ নিয়মৰ কথা ভাবিয়েই এই কাম কৰিছে কোম্পানীটোৱে।
৬০২টি অভিযোগৰ ভিত্তিত
২০২১ৰ নৱেম্বৰত ১৭.৫ লাখৰো অধিক ভাৰতীয়ৰ ৱাটছএপ একাউন্ট বন্ধ কৰিছে কোম্পানীটোৱে।













