ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মঙলবাৰে শিক্ষামন্ত্ৰীয়ে আৰম্ভ কৰা পঠন অভিযান কি, পঢ়ক

Staff Reporter by Staff Reporter
January 4, 2022
Reading Time: 1 min read
A A
0
মঙলবাৰে শিক্ষামন্ত্ৰীয়ে আৰম্ভ কৰা পঠন অভিযান কি, পঢ়ক

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্কঃ

মঙলবাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে শুভাৰম্ভ কৰে প্ৰাথমিক শিক্ষা বিভাগৰ ১০০দিনীয়া পঠন অভিযান।গুৱাহাটী ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰা হয় পঠন অভিযানৰ।প্ৰাক-প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত চলিব এই পঠন অভিযান।এপ্ৰিল মাহলৈকে চলিব লগা পঠন কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয় যে- পঠন অভিযান কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে নহয়। ভাৰতবৰ্ষৰ সকলোৰে বাবে এই পঠন অভিযান।কিতাপ পঢ়াত গুৰুত্ব বৃদ্ধি কৰা লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই অভিযান।কেৱল ভাটৌ চৰাই শিক্ষা নহয়, কিতাপ পঢ়ি যাতে শব্দৰ অৰ্থ বুজি উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে এই অভিযানত।

আনহাতে, নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি তেওঁ কয়।সকলো সাহিত্য সভাক পঠন অভিযানত অংশ ল’বলৈ আহ্বান কৰে মন্ত্ৰী গৰাকীয়ে।এই অভিযান জৰিয়তে নিজৰ মাতৃভাষা অধ্যয়ন কৰাত গুৰুত্ব দিয়াত সাহিত্য সভা সমূহৰ ডাঙৰ সুযোগ। অভিযানৰ জৰিয়তে আৰম্ভ হ’ব কিতাপ পঢ়া এক আন্দোলন- তেওঁ লগতে কয়।

আনহাতে দেশত ক’ৰনা আক্রান্ত পুনৰ বৃদ্ধিয়ে বিদ্যালয় বন্ধ কৰিব নেকি বুলি সোধা প্ৰশ্ন উত্তৰত কয়- ছাত্ৰ-ছাত্ৰী ভেকচিন আৰম্ভ হৈছে। কভিডৰ বাবে বিদ্যালয় বন্ধ হ’ব বুলি নাভাৱো।কিন্তু স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলিব লাগিব।

ইপিনে টেট পৰীক্ষাত বিসংগতি হোৱা নাই বুলি উল্লেখ কৰি মন্ত্ৰী পেগুৱে কয়- ২০২২চনত নিযুক্তি দিয়া হ’ব মুঠ ২২হাজাৰ শিক্ষক। ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।৩১মাৰ্চ ভিতৰত শেষ হ’ব এই নিযুক্তি প্ৰক্ৰিয়া।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ
National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
50
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx