ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কমলাৰ বতৰত কমলাৰ উপকাৰিতাৰ বিষয়ে জানক কিছু কথা

Staff Reporter by Staff Reporter
January 5, 2022
Reading Time: 1 min read
A A
0
কমলাৰ বতৰত কমলাৰ উপকাৰিতাৰ বিষয়ে জানক কিছু কথা

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

স্বাস্থ্য প্ৰতিবেদনঃ

বৰ্তমান কমলাৰ বতৰ। বজাৰত চৌদিশে উভৈনদী কমলা। তেনে ক্ষেত্ৰত কমলাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানি থোৱাটো প্ৰয়োজন।
শৰীৰত ইমিউনিটি বৃদ্ধিত কমলা কৰোনাৰ সময়কালত অতি উপকাৰী হ’ব পাৰে। কেৱল সেয়াই নহয়, ই আপোনাক শক্তিৰে পৰিপূর্ণ কৰি ৰাখে। কমলাত প্রচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ইয়াৰ উপৰি ওজন হ্রাসৰ বাবেও কমলা অতি কার্যকৰী বিবেচনা কৰা হয়, কাৰণ ইয়াত কেলৰিৰ পৰিমাণ খুব কম। 

কমলাত পোৱা উপাদানবোৰৰ ভিতৰত প্ৰধান হৈছে এমিনো এচিড, ফাইবাৰ, কেলচিয়াম, আয়ডিন, ফছফৰাছ, ছডিয়াম, খনিজ, ভিটামিন এ আৰু বিৰ দৰে উপাদান।  এই উপাদানবোৰৰ কাৰণে উচ্চ ৰক্তচাপৰ বাবে কমলা কার্যকৰী বিবেচিত হয়। 

কমলাৰ আশ্চর্যজনক উপকাৰিতা :

১. ওজন নিয়ন্ত্রণত ৰাখে :

খোৱাপানীৰ লগত  কমলা মিহলি কৰি ল’লে কেলৰি গ্রহণ কমাব পাৰে আৰু ওজন নিয়ন্ত্রণত সহায় কৰিব পাৰে। পুৱাৰ জলপানত এক গিলাচ কমলাৰ ৰস উপকাৰী হ’ব পাৰে। কমলাত ফাইবাৰ আৰু ভিটামিন চি বেছি থাকে। ফলত কমলা খালে সোনকালে ভোক নালাগে, যাৰ কাৰণে ওজন বৃদ্ধি নাপায়।

২. ইমিউনিটি বঢ়ায় :

গ্রীষ্মকালত কমলা খোৱাটো অতি উপকাৰী। ই প্রাকৃতিক এন্টি অক্সিডেন্ট আৰু ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। ইয়াৰ উপৰি ৰক্ত ​​পৰিষ্কাৰৰ লগতে ষ্টেমিনা বৃদ্ধিতো সহায়ক। 

৩. শক্তিশালী হাড় গঠন কৰে :

কমলা ভিটামিন বি কমপ্লেক্সৰ উৎস, যিয়ে হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে। ই হার্ট বিটৰ হাৰ আৰু ৰক্তচাপ নিয়ন্ত্রণ কৰে আৰু হাড় শক্তিশালী কৰাৰ কাম কৰে।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT