ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কটনৰ ছাত্ৰ একতা সভা ছাত্ৰ মুক্তি দখলত, আছু-ছাত্ৰ পৰিষদ বৃহৎ পৰাজয়

Staff Reporter by Staff Reporter
January 5, 2022
Reading Time: 1 min read
A A
0
কটনৰ ছাত্ৰ একতা সভা ছাত্ৰ মুক্তি দখলত, আছু-ছাত্ৰ পৰিষদ বৃহৎ পৰাজয়

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্কঃ

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা।৬টাকৈ গুৰুত্বপূৰ্ণ পদত জয়লাভ ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে।আছু আৰু ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী পৰাস্ত কৰি সাধাৰণ সম্পাদকৰূপে জয়ী ছাত্ৰ মুক্তি অভিষেক মহন্ত।

IMG 20220105 WA0009 | ASSAM TIMES POST

উপ-সভাপতি পদত ছাত্ৰ মুক্তি হীনা দেউৰী।

উপ-সাধাৰণ সম্পাদকৰ পদত ছাত্ৰ মুক্তি জুমি গগৈ।

ছাত্ৰী জিৰণি কোঠাত ছাত্ৰ মুক্তি নম্ৰতা বৰুৱা।

লঘু খেল বিভাগত ছাত্ৰ মুক্তি Fwarmaishree Brahma।

IMG 20220105 WA0010 | ASSAM TIMES POST

ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে ক’ৰ্ট মেম্বাৰ পদত জয়ী হয় ছাত্ৰ মুক্তি চন্দ্ৰামিতা দাস।

আনহাতে সভাপতি পদত জয়ী হয় নিয়ৰ ডেকা।

কটনিয়ানৰ সম্পাদক পদত আছু প্ৰাৰ্থী শাশ্বতী প্রিয়দর্শীনি।

ছাত্ৰ জিৰণি চৰা আছু প্ৰাৰ্থী জয়ী আকাশ ভট্টাচাৰ্য।

তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক পদত আছু সুদৰ্শন শৰ্মা।

সমাজসেৱীকা সম্পাদক পদত আছু নম্ৰতা শৰ্মা জয়ী।

IMG 20220105 WA0012 | ASSAM TIMES POST

সংগীত বিভাগৰ সম্পাদক পদত আছু উজ্জীৱিত বৰুৱা।

সাংস্কৃতিক সম্পাদক পদত চন্দ্ৰ জ্যোতি বনিয়া।

ফুটবল আৰু হকী বিভাগত আছু ৰূপম দেউৰী।

এথলেটিক সম্পাদক আছু এনিশা বুংৰুং।

ক্ৰিকেট বিভাগৰ সম্পাদক নিয়ৰ মণি কলিতা।

টেনিছ, সাতোৰা আৰু শৰী চৰ্চা বিভাগৰ সম্পাদক আছু দ্বীপশিখা কাকতি জয়ী হয়।

ইয়াৰ উপৰিও প্ৰথমবাৰ লৈ কৰ্ট মেম্বাৰ দ্বিতীয়টো পদত জয়ী আছু নেপুৰ ৰঞ্জন হাজৰিকা।

উল্লেখ্য যে ১৬টা বিভাগৰ আৰু দুটা ক’ট মেম্বাৰ পদৰ বাবে মুঠ ৫০গৰাকী প্ৰাৰ্থী ভাগ্য মঙলবাৰে বেলত বাকচত বন্দী হৈছিল।।

গুৰুত্বপূৰ্ণ কথা দুটা বছৰৰ পাছত অনুষ্ঠিত হৈছিল কটনৰ সাধাৰণ নিৰ্বাচন।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ
National-International

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
50
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

August 5, 2026
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx