ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰত উপায়ুক্তই কৰিলে মিনি মাৰাথনৰ শুভাৰম্ভঃ পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ৰাইজক আহ্বান

ASSAM TIMES POST by ASSAM TIMES POST
September 29, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰত উপায়ুক্তই কৰিলে মিনি মাৰাথনৰ শুভাৰম্ভঃ পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ৰাইজক আহ্বান

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

আছিফ আলি, শিৱসাগৰঃ অসম আৰক্ষী দিৱস উপলক্ষে শিৱসাগৰ জিলা আৰক্ষী বিভাগে আয়োজন কৰা এক মিনি মাৰাথনৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জিলাখনৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই।

a228117d 8c20 4dd7 b163 f192dc8036d5 | ASSAM TIMES POST

আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপস্থিতিত জয়সাগৰ পুখুৰী পাৰৰ পৰা আৰম্ভ হোৱা এই মিনি মাৰাথনত আৰক্ষী বিষয়া-জোৱানৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

1a8b670f 2954 4b3a a8b6 79e4d16d2877 | ASSAM TIMES POST
উপায়ুক্ত গৰাকীয়ে এনেধৰণৰ কাৰ্যসূচী আয়োজনৰ মাধ্যমেৰে ৰাইজৰ মাজত সুস্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। খেলুৱৈ সকলৰ লগতে সাধাৰণ ৰাইজেও স্বাস্থ্য সুস্থ আৰু সবল ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।

5838b890 c215 483c a79c 4d00646d1b09 | ASSAM TIMES POST

উপায়ুক্ত গৰাকীয়ে জিলাখনত মাহটোজোৰা চলি থকা পোষণ অভিযানৰ কথা উল্লেখ কৰি সকলো অংশগ্ৰহণকাৰীক পুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পুষ্টিহীনতা আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা জিলাখনক মুক্ত কৰাৰ ক্ষেত্ৰত সকলোৱে সমূহীয়া দায়িত্ব পালন কৰিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে দোহাৰে।

5082afed e001 47cb 8833 0404d115a932 | ASSAM TIMES POST

অনুষ্ঠানটিত অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিং, জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী, জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায় আৰু উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত উপস্থিত থাকে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx