ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুগলত লতা মঙ্গেশকাৰৰ কি কি বিষয় ছার্চ হৈছে সৰ্বাধিক?

লতা মংগেশকাৰৰ ঘৰৰ ঠিকনা, স্বামী আৰু জীয়ৰীৰ ফটো...

News Desk by News Desk
February 7, 2022
Reading Time: 1 min read
A A
0
গুগলত লতা মঙ্গেশকাৰৰ কি কি বিষয় ছার্চ হৈছে সৰ্বাধিক?

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

নিউজ ডেস্কঃ

মুম্বাইৰ ব্রীচ কেণ্ডি হস্পিটেলত মাল্টিপল অৰ্গেন ফেইলিউৰৰ সৈতে যুঁজি যুঁজি পথিৱীৰ তেওঁ পৰা বিদায় ল’লে সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে। তেওঁৰ মৃত্যুৰ ঘটনা প্রকাশ্যে অহাৰ পিছৰ পৰাই তেওঁৰ ভক্তসকলে ক্রমাগত গুগলত ছার্চ (Google Search) কৰিছে তেওঁৰ ঘৰৰ পৰা মৃত্যুৰ কাৰণ আৰু বহু বিষয়।

দেওবাৰে পুৱাৰে পৰা গুগল ব্যৱহাৰকাৰীসকলে লতা সম্পৰ্কীয় বহু বিষয় ছার্চ কৰিছে। গুগল ছার্চৰ তালিকাত তেওঁৰ বয়স শীর্ষত। বয়স ছার্চৰ ক্ষেত্রত, উত্তৰাখণ্ড সকলোতকৈ আগত আৰু দ্বিতীয় স্থানত আছে মহাৰাষ্ট্র। লতা মঙ্গেশকাৰৰ বিষয়ত গুগলত কি কি ছার্চ কৰা হৈছে সেয়া এবাৰ জানো আহক-

‘প্রভুকুঞ্জ’

house | ASSAM TIMES POST

লতা মঙ্গেশকাৰৰ বাসভৱন ‘প্রভুকুঞ্জ’ ছার্চ কৰিছে গুগল ব্যৱহাৰকাৰীসকলে। ছার্চৰ ক্ষেত্রত মুম্বাইৰ লোকসকল সকলোতকৈ আগত আৰু পুনেৰ লোকসকল দ্বিতীয় স্থানত আছে। উল্লেখ্য, লতা মঙ্গেশকাৰৰ মৃতদেহ তেওঁৰ পেডাৰ ৰোডৰ বাসভৱন ‘প্রভুকুঞ্জ’লৈ লৈ যোৱা হৈছিল। দেওবাৰে সন্ধিয়া শিৱাজী পার্কত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।

লতাৰ সৰুকালিৰ ফটো

lata 1 | ASSAM TIMES POST

যৌৱনত দেখিবলৈ কেনে আছিল লতা? একই বিষয় ছার্চৰ তৃতীয় স্থানত অন্তর্ভুক্ত কৰা হৈছে। আশ্চর্যৰ বিষয় হ’ল, উত্তৰ প্রদেশৰ লোকসকলে এই বিষয়ত বেছি ছার্চ কৰিছে।

RIP লিখা লতাৰ ফটো

lata 2 | ASSAM TIMES POST

মৃত্যুৰ খবৰ প্রকাশ হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে ষ্টেটাছ আৰু ছচিয়েল মিডিয়া পোষ্টৰ বাবে গুগলত লতা মঙ্গেশকাৰৰ RIP মানে ‘Rest In Peace’ লিখা ফটো ছাৰ্চ কৰিছে। এই বিষয়ত ছার্চত ছত্তিশগড়ৰ লোকসকল সকলোতকৈ আগত আৰু ঝাড়খণ্ড দ্বিতীয়ত।

লতাৰ ঘৰৰ ঠিকনা

গুগল ট্ৰেণ্ডত লতাৰ ঘৰ সম্পর্কে জনাৰ লগতে ঘৰৰ ঠিকনাও জানিব বিচাৰিছে। মুম্বাইৰ মানুহে তেওঁক শ্রদ্ধা জনাবলৈ তেওঁৰ ঘৰৰ ঠিকনাৰ সন্ধান কৰিছে।

লতাৰ কন্যা আৰু স্বামীৰ ফটো

অবিবাহিত আছিল সুৰ সম্রাজ্ঞী লতা মঙ্গেশকাৰ। তৎসত্ত্বেও তেওঁৰ স্বামী আৰু কন্যাৰ ফটো গুগলত ছার্চ কৰা হৈছে। তেওঁ কিয় বিয়া কৰোৱা নাছিল, ২০১১ চনত তেওঁৰ জন্মদিনত দিয়া এক সাক্ষাৎকাৰত অৱশ্যে তেওঁ নিজেই তাৰ কাৰণ জনাইছিল।

সৌগন্ধ মেৰে ইয়ে মিট্টি কী

গুগল ট্রেণ্ডছ ৰিপোর্ট মতে লতা মঙ্গেশকাৰৰ অন্তিম গান ‘সৌগন্ধ মুঝে ইয়ে মিট্টি কী’ও ছার্চ কৰিছে। তেওঁ এই গানটো ২০১৯ চনৰ ৩০ মার্চত ৰেকর্ড কৰিছিল, যিটো দেশৰ সৈন্যসকলৰ বাবে উৎসৰ্গা কৰা হৈছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx