ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতৰ ধোদাঙত তিনিকুৰি শিশুৱে মঞ্চস্থ কৰিলে পবিত্ৰ ৰাজখোৱাৰ শিশুনাট ‘মাৰফৎ বকুলতল’ :

অজন্তা তালুকদাৰ:বোকাখাত

ASSAM TIMES POST by ASSAM TIMES POST
February 9, 2022
Reading Time: 1 min read
A A
0
বোকাখাতৰ ধোদাঙত তিনিকুৰি শিশুৱে মঞ্চস্থ কৰিলে পবিত্ৰ ৰাজখোৱাৰ শিশুনাট ‘মাৰফৎ বকুলতল’ :

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

বোকাখাতৰ ধোদাং ৰশ্মি ৰেখা শিল্পী সমাজৰ উদ্যোগত, সন্মিলিত যুৱক সংঘ তথা ধোদাং বাসী ৰাইজৰ সহযোগত ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ এমহীয়া শিশু নাট কৰ্মশালাৰ অন্তত যোৱা ৬ ফেব্ৰুৱাৰীৰ সন্ধ্যা তিনিকুৰি শিশুৱে মঞ্চস্থ কৰিলে নাট্যকাৰ পবিত্র ৰাজখোৱাৰ শিশুনাট ‘মাৰফৎ বকুলতল’।

ধোদাং বিষ্ণু জ্যোতি কলা নিকেতনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা শিশু নাটউদীয়মান যুৱ নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ পৰিচালনাত ধোদাং বিষ্ণু জ্যোতি কলা নিকেতনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা শিশু নাটকখৰনিৰ শিল্পী সকলে দৰ্শক ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হ’ল। তৰুন তীৰ্থ শইকীয়াৰ লগতে শিশুনাট কৰ্মশালাৰ প্ৰশিক্ষক সকল আছিল ক্ৰমে প্ৰনৱ শইকীয়া, প্ৰিয়াংশু প্ৰাঞ্জল আৰু নিলীম ফুকন।

ধোদাং বিষ্ণু জ্যোতি কলা নিকেতনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা শিশু নাটসংগীতত তন্ময় শইকীয়া আৰু জিতুমনী কটকী শব্দ, পোহৰত আছিল মুন। নাট্য সন্ধ্যাটি উদ্বোধন কৰে ৩ নং মহুৰা জিলা পৰিষদৰ সদস্য তথা গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্রী ৰশ্মি কাকতিয়ে। নাট্য সন্ধ্যাৰ প্ৰাক মুহূৰ্তত কুকীল কন্ঠী গায়িকা লতা মাংগেশকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

শিশুনাট উল্লেখ্য যে  কৰ্মশালাটোত শিশু সকলক নাটক আৰু ব্যৱহাৰিক জীৱনত কামত অহাকৈ  কথন শৈলী , আবৃত্তি , মুখা শিল্প , মঞ্চ সজ্জা , ৰূপসজ্জা আদি বিষয়তো প্ৰশিক্ষণ দিয়া হয়।

নাটকৰ শেষত কন কন শিশু শিল্পী সকলৰ লগত নাট্য প্ৰশিক্ষক, নাট্যকাৰ আৰু দৰ্শক ৰাইজৰ মাজত এঘন্টীয়া এটি অন্তৰংগ আলাপ অনুষ্ঠান সম্পাদিত কৰে বিশিষ্ট নাট্যকৰ্মী তথা সাংবাদিক প্ৰদীপ কুমাৰ বৰাই। প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষাৰ্থী সকলে গুৰু প্ৰনাম অনুষ্ঠানো সম্পাদন কৰে।

শিশুনাট ধোদাং ৰশ্মিৰেখা শিল্পী সমাজ তথা সন্মিলিত যুৱক সংঘৰ শিল্পী সকলে অহা ১২ ফেব্ৰুৱাৰীত শংকৰ জ্যোতি নাট্য মন্দিৰত আন এক নাট্য নিবেদন “অজলা ককাইৰ পগলা মৰম” আগবঢ়াব বুলি জানিবলৈ দিছে।

Tags: শিশুনাট
Share4Tweet3Send

Related Posts

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx