ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আফগানিস্তানত ড্ৰাগছ নিৰাময় কেন্দ্রত নৰমাংস ভক্ষণ ৰোগীৰ!

Staff Reporter by Staff Reporter
February 9, 2022
Reading Time: 1 min read
A A
0
আফগানিস্তানত ড্ৰাগছ নিৰাময় কেন্দ্রত নৰমাংস ভক্ষণ ৰোগীৰ!

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

নিউজ ডেস্কঃ

আফগানিস্তানৰ ড্ৰাগছ নিৰাময় কেন্দ্রত মানুহৰ মাংস ভক্ষণ কৰিছে ৰোগীসকলে! সম্প্রতি ডেনমার্কৰ এজন সাংবাদিকে এই দাবী কৰিছে।

ডেইলি মেইলৰ এক প্রতিবেদন অনুযায়ী, বিগত মাহত ডেনমার্কৰ সাংবাদিকজনে নিৰাময় কেন্দ্রৰ পৰা মুক্তি পোৱা এজন ব্যক্তিৰ সৈতে কথা পাতে। ব্যক্তিজনৰ দাবী, তালিবান পৰিচালিত উক্ত নিৰাময় কেন্দ্ৰত ভিতৰৰ পৰিবেশ ভয়ঙ্কৰ।

সঠিকভাৱে খাবলৈ দিয়া নহয় ৰোগীসকলক। বেছিভাগ দিনতেই তেওঁলোক ভোকাতুৰ অৱস্থাত থাকিবলগা হয়। ৰোগীসকলৰ স্বাস্থ্যৰ কোনো গুৰুত্ব ৰখা নহয়। খাদ্য, সঠিক চিকিৎসা নাপাই বহুতৰে মৃত্যু হৈছে। আব্দুল নামৰ ৰোগীজনৰ দাবী, নিৰাময় কেন্দ্রৰ পৰিস্থিতি দিনে দিনে অধিক শোচনীয় হৈছে। খাবলৈ নাপায় ক্রমশ হিংস্র হৈ উঠিছে ৰোগীসকল।

আব্দুলৰ দাবী, সম্প্রতি এজন ব্যক্তিক হত্যা কৰি তেওঁৰ মাংস খাইছে কেইবাজনে মিলি। আনকি উক্ত কেন্দ্রটোৰ ভিতৰত থকা এখন পার্কত এটা মেকুৰী ধৰি তাৰ কেঁচা মাংস পর্যন্ত হেনো খাইছে ৰোগীসকলে।

Share4Tweet3Send

Related Posts

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
ADVERTISEMENT
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT