![]()
নিউজ ডেস্কঃ
চিবিএছচি ২০২২বৰ্ষ দশম-দ্বাদশ শ্রেণী চুড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা।২৬ এপ্ৰিলৰ পৰা আৰম্ভ হব পৰীক্ষা।উল্লেখ্য যে অফলাইন মাধ্যমত অনুষ্ঠিত হব পৰীক্ষা।
গুৰুত্বপূৰ্ণ কথা যোৱা বৰ্ষ ক’ৰনা বাবে অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।ফলত বিশেষ মূল্যায়ংকণৰ জৰিয়তে ঘোষণা কৰিছিল ফলাফল।













