ASSAM TIMES POST
যোৰহাটঃ অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় যোৰহাটৰ জে বি কলেজত ১৯৭৯ চনত বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পুনৰ মিলন সমাৰোহ আয়োজন কৰা হৈছে৷
অহা ২ নৱেম্বৰত যোৰহাটত এই পুনৰ মিলন সমাৰোহ অনুষ্ঠিত হ’ব৷ ১৯৭৯ চনত জে বি কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক শ্যামন্ত ঠাকুৰৰ ৭৬৩৬০৮৩৩৬৬, বদিউজ জামান বৰবৰাৰ ৬৯০০৪৬৭২৮৪, ৰুবী বৰাৰ ৯৯৫৪৪৪৪৭৮৭, জুনু বৰাৰ ৯৪৩৫১৪৫৮৮৯ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷













