![]()
নিউজ ডেস্কঃ
১২ কোটি ২৫ লাখত কলকাতা নাইট ৰাইডাৰ্ছত শ্ৰেয়স আয়াৰ৷
৬ কোটি ৭৫ লাখত অম্বাটি ৰায়ডু চেন্নাইত।
৬ কোটি ৫০ লাখত দিল্লী কেপিটেলছত মিচ্চেল মাৰ্শ্ব।
৮ কোটি ২৫ লাখত লক্ষ্ণৌত ক্রুণাল পাণ্ডিয়া।
৮ কোটি ৭৫ লাখত ৱাশ্বিংটন সুন্দৰক ক্ৰয় ছানৰাইজাৰ্ছ হায়দৰাবাদৰ।
১০ কোটি ৭৫ লাখত ৱানিন্দু হাছৰঙ্গক ক্ৰয় আৰচিবিৰ।
৫ কোটি ৭৫ লাখত দীপক হুডা লক্ষ্ণৌত।
১০ কোটি ৭৫ লাখত বেঙ্গালুৰুলৈ উভতিল হর্ষল পেটেল।
৮ কোটি ৭৫ লাখত লক্ষ্ণৌত জেছন হ’ল্ডাৰ।
৮ কোটিৰে কলকাতাই ল’লে নীতিশ ৰাণাক।
৪ কোটি ৪০ লাখত ব্ৰেভোক পুনৰ ক্ৰয় চেন্নাইৰ।













