![]()
নিউজ ডেস্কঃ
পঞ্জাব আৰু মুম্বাইৰ মাজত চলিছিল ঈশান কিষণক লৈ তুমুল প্ৰতিদ্বন্দ্বিতা। তাৰ মাজতে আহে গুজৰাট। কিন্তু অৱশেষত এই পৰ্যন্ত সৰ্বাধিক মূল্যত ঈশান কিষণক ১৫ কোটি ২৫ লাখত ক্ৰয় কৰে মুম্বাইয়ে।
আনহাতে, ১০ কোটি ৭৫ লাখত হায়দৰাবাদত নিকোলাছ পুৰান। কোনোৱে ক্ৰয় নকৰিলে বংগৰ উইকেট কিপাৰ ঋদ্ধিমান সাহাক। ৫ কোটি ৫০ লাখত আৰচিবলৈ যায় দীনেশ কার্তিক। ৬ কোটি ৭৫ লাখত পঞ্জাব কিংছলৈ গ’ল জনি ব্ৰেষ্টো।













