নিউজ ডেস্কঃ
দুদিন ধৰি চলা নিলামৰ শেষত আইপিএলৰ ১০টা দলে নিজ ৰনিজৰ খেলুৱৈ নিৰ্বাচন কৰি লৈছে। কোন দলক এইবাৰ আইপিএলত কোন কোন খেলুৱৈ আছে চাওঁ আহক :
ৰয়েল চেলেঞ্জাৰ্ছ বাঙ্গালোৰ

অনুজ ৰাৱাট, শ্বাহবাজ আহমেদ, আকাশ দীপ, বিৰাট কোহলী, জছ হেজেলউড, দীনেশ কার্তিক, গ্লেন মেক্সৱেল, হর্ষল পেটেল, ফাফ ডুপ্লেছি, ৱানিন্দু হাছৰঙ্গা, মহম্মদ চিৰাজ, সুৱাস প্রভুদেশাই, জেছন বেহেৰেনডর্ফ, চামা মিলিন্দ, মহিপাল লোমৰোৰ, ছাৰফেন ৰাডাৰফোর্ড, ফিন এলেন, অনীশ্বৰ গৌতম, কর্ণ শর্মা, সিদ্ধার্থ কৌল, লভনিথ ছিছোডিয়া আৰু ডেভিড উইলি।
কলকাতা নাইট ৰাইডাৰ্ছ

অজিঙ্ক ৰাহাণে, ভেঙ্কটেশ আয়াৰ, নীতিশ ৰাণা, শ্রেয়স আয়াৰ, আন্দ্রে ৰাছেল, সুনীল নাৰাইন, শেল্ডন জেকছন, পেট কামিন্স, শিৱম মাভি, বৰুণ চক্রৱর্তী, ৰিঙ্কু সিং, অনুকুল ৰায়, ৰচিদ চালাম, বাবা ইন্দ্রজিত, চামিকা কৰুণাৰত্ন, অভিজিৎ তোমৰ, প্রথম সিং, অশোক শর্মা, ছেম বিলিংছ, এলেক্স হেলছ, টিম ছাউদি, ৰমেশ কুমাৰ, মহম্মদ নবি, উমেশ যাদৱ আৰু আমন খান।
পঞ্জাব কিংছ

ৰাহুল চাহাৰ, অর্শদীপ সিং, প্রভছিমৰন সিং, হৰপ্রীত ব্রাৰ, শিখৰ ধৱন, জনি বেয়াৰষ্টো, মায়ঙ্ক আগৰৱাল, লিয়াম লিভিংষ্টোন, সন্দীপ শর্মা, কাগিছো ৰাবাডা, শ্বাহৰুখ খান, জিতেশ শর্মা, ওডিয়েন স্মিথ, ঈশান পোড়েল, বৈভৱ অৰোৰা, ৰাজ অঙ্গদ বাৱা, ঋষি ধৱন, প্র্রেৰক মাংকড়, ঋত্বিক চট্টোপাধ্যায়, বলতেজ সিং, আনশ পেটেল, নাথান এলিছ, অথর্ব টাইডে, ভানুকা ৰাজাপক্ষ আৰু বেনি হাৱেল।
চেন্নাই ছুপাৰ কিংছ

ঋতুৰাজ গায়কোৱাড়, কেএম আচিফ, মাহিশ থিকছানা, ৰবীন্দ্র জাডেজা ,মহেন্দ্র সিং ধোনি, অম্বাতি ৰায়ডু, ৰবীন উথাপ্পা, দীপক চাহাৰ, ডোৱেন ব্ৰেভো, শিৱম ডুবে, তুষাৰ দেশপাণ্ডে, মঈন আলি, শুভ্রাংশু সেনাপতি, মুকেশ চৌধুৰী, সিমৰজিত সিং, ৰাজবর্ধন হাঙ্গাৰগেকৰ, প্রশান্ত চোলাঙ্কি, ডোৱেন প্রিটোৰিয়াছ, ডেভন কনৱে, আডাম মিলনে, মিচেল ছান্টনাৰ, ভগত বর্মা, ক্রিছ জর্ডন, হৰি নিশান্ত আৰু এন জগদীশন।
দিল্লী কেপিটেলছ

পৃথ্বী শ, কমলেশ নাগৰকোটি, চেতন ছাকাৰিয়া, ডেভিড ৱার্নাৰ, মিচেল মার্শ, মুস্তাফিজুৰ ৰহমান, মনদীপ সিং, শার্দূল ঠাকুৰ, অনৰিখ নোখিয়া, কেএছ ভৰত, অক্ষৰ পেটেল, কুলদীপ যাদৱ, চৰফৰাজ খান, অশ্বিন হেব্বাৰ, ঋষভ পণ্ট, খলিল আহমেদ, ঋপল পেটেল, যশ ঢুল, প্রবীণ ডুবে, ৰভমান পাৱেল, ললিত যাদৱ, লুঙ্গি এনগিডি, টিম ছেইফার্ট আৰু ভিকি অস্তবাল।
ৰাজস্থান ৰয়েলছ

ৰিয়ান পৰাগ, দেবদত্ত পাড়িকল, যশস্বী জয়ছোৱাল, ৰবিচন্দ্রন অশ্বিন, ট্রেন্ট ব’ল্ট, জছ বাটলাৰ, সঞ্জু ছেমছন, যুজবেন্দ্র চহাল, ছিমৰন হেটমেয়াৰ, নৱদীপ সাইনি, কেচি কাৰিয়াপ্পা, প্রসিদ্ধ কৃষ্ণ, ওবেড মেকয়, অনুনয় সিং, কুলদীপ সেন, কৰুণ নায়াৰ, ধ্রুৱ জুৰেল, তেজস বাৰোকা, কুলদীপ যাদৱ, শুভম গাড়ৱাল, নাথান কুল্টাৰ নাইল, জিমি নিশাম, ডেৰিল মিচেল আৰু ৰচি ভেন ডাৰ ডূছেন।
মুম্বাই ইণ্ডিয়ান্স

ডেৱাল্ড ব্রেভিছ, মায়ঙ্ক মাৰকাণ্ডে, তিলক বার্মা, কায়ৰন পোলার্ড, ৰোহিত শর্মা, জয়দেৱ উনাদকাট, সূর্যকুমাৰ যাদৱ, মুৰুগান অশ্বিন, যশপ্রীত বুমৰাহ, ঈশান কিশন, বাছিল থাম্পি, সঞ্জয় যাদৱ, টাইমল মিলছ, জোফ্রা আর্চাৰ, ডেনিয়েল ছেমছ, টিম ডেভিড, ৰাইলি মেৰিডিথ, আৰ্ছাদ খান, অনমোলপ্রীত সিং, ৰমনদীপ সিং, ৰাহুল বুদ্ধি, অর্জুন তেণ্ডুলকাৰ, ঋত্বিক শোকীন, আৰিয়ান জুৱেল আৰু ফেবিয়ান এলেন
ছানৰাইজাৰ্ছ হায়দৰাবাদ

প্রিয়ম গর্গ, অভিষেক শর্মা, কার্তিক ত্যাগী, আব্দুল চামাদ, উমৰান মালিক, কেন উইলিয়ামছন, ভুবনেশ্বৰ কুমাৰ, শ্রেয়স গোপাল, ৰাহুল ত্রিপাঠি, জগদীশা সুচিথ, এডেন মার্কৰাম, নিকোলাছ পুৰান, মার্কো জানছন, ৱাশিংটন সুন্দৰ, টি নটৰাজন, ছন এবট, ৰোমাৰিঅ’ ছেফার্ড, আৰ সমর্থ, শশাঙ্ক সিং, সৌৰভ ডুবে, বিষ্ণু বিনোদ, ফজলহক ফাৰুকি আৰু গ্লেন ফিলিপ্স।
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

ৰবি বিষ্ণোই, মনীষ পাণ্ডে, শ্বাহবাজ নাদিম, মার্কাছ ষ্টোইনিছ, মার্ক উড, কুইন্টন ডি’কক, জেছন হোল্ডাৰ, লোকেশ ৰাহুল, কৃষ্ণাপ্পা গৌতম, ক্রুণাল পাণ্ডিয়া, দীপক হুডা, মনন ভোহৰা, দুষ্মন্ত চামিৰা, অঙ্কিত ৰাজপুত, আবেশ খান, মহচিন খান, আয়ুস বাদোনি, কাইল মেয়াৰ্ছ, কর্ণ শর্মা, এভিন লুইচ আৰু মায়ঙ্ক যাদৱ।
গুজৰাট টাইটানছ

সাই কিশোৰ, শুভমন গিল, দর্শন নলকাণ্ডে, যশ দয়াল, নুৰ আহমেদ, জেছন ৰয়, ৰাহুল তিৱাটিয়া, জয়ন্ত যাদৱ, বিজয় শঙ্কৰ, মহম্মদ চামি, লকি ফার্গুছন, হার্দিক পাণ্ডিয়া, অভিনৱ মনোহাৰ, ৰচিদ খান, ডোমিনিচ ড্রেক, আলজাৰি জোচেফ, প্রদীপ ছঙ্গৱান, ডেভিড মিলাৰ, ঋদ্ধিমান সাহা, মেথিউ ৱেড, গুৰকীৰত সিং, বৰুণ এৰন আৰু সাই সুদর্শন৷













