![]()
নিউজ ডেস্কঃ
মাজুলী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী নাম ঘোষণা।ভূৱন গাম হব মাজুলী বিজেপি প্ৰাৰ্থী।উল্লেখ্য যে তিনিজনীয়া প্ৰাৰ্থী তালিকা পৰা দিল্লীয়ে নিৰ্বাচন কৰে চূড়ান্ত প্ৰাৰ্থী।
গুৰুত্বপূৰ্ণ কথা সৰ্বা-হিমন্ত মনোমালিন্য বাবে ঘোষণা হোৱা নাছিল চুড়ান্ত প্ৰাৰ্থী নাম।৭মাৰ্চত অনুষ্ঠিত হব মাজুলীৰ উপ-নিৰ্বাচন।













