![]()
নিউজ ডেস্কঃ
মাজুলী উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে চিত্ৰৰঞ্জন বসুমতাৰীক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ঘোষণা কৰা পাছতেই কটাক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।কংগ্ৰেছ, এজেপি আৰু ৰাইজৰ দল নাম ৰাইজে পাহৰি পেলাইছে।
সংবাদ মাধ্যমে আকৌ মনত পেলাই থাকিলে ৰাইজৰ মনত পৰিব।মাজুলী জনতাই উন্নয়নৰ ধুমুহা যিদৰে বিচাৰিছিল তাক কৰা প্ৰচেষ্টা কৰি আছোঁ।ৰাইজে আশীৰ্বাদ কৰিছে, এতিয়া বিৰোধীপক্ষ নাম লৈ কিয় মনত পেলাই দিম-শৰ্মাই লগতে কয়।কংগ্ৰেছ আৰু এজেপি কথা নোকোৱাই ভাল।
উল্লেখ্য যে ৭মাৰ্চত অনুষ্ঠিত হব মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ভূৱন গামক।গুৰুত্বপূৰ্ণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পদত্যাগৰ পাছতেই খালি হৈ পৰিছিল আসনখন।













